দ্বিপদদ্বিপদী

দ্বিপদ নামকৰণ (Assamese) [ Roman: dwi.pod nam.ko.ron]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-02
1. Biology(Proper Noun-Neuter) a system of nomenclature in which each species is given a unique name that consists of a generic and a specific term. জীৱৰ নামকৰণৰ এক পদ্ধতি, য’ত প্ৰতিটো প্ৰজাতিক এক বিশিষ্ট নামেৰে জনা যায়, যি ক্ৰমে গণ আৰু প্ৰজাতি সূচোৱা শব্দেৰে গঠিত।